Breaking

প্ৰাক্তন টেনিছ খেলুৱৈ দীপক কুমাৰ দাসৰ মৃত্যুত গুৱাহাটী টেনিছ সন্থাৰ গভীৰ শোক প্ৰকাশ

0 72

গুৱাহাটী-প্ৰাক্তন ৰাজ্যিক টেনিছ চেম্পিয়ন আৰু প্ৰবীণ টেনিছ খেলুৱৈ দীপক কুমাৰ দাসৰ আজি (২৫ মে, ২০২৩) আকস্মিক বিয়োগ ঘটে।

তেওঁৰ মৃত্যুত গুৱাহাটী টেনিছ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে টেনিছ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোৱৰে।

তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সন্থাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply