Breaking

দুধনৈৰ ডাবলীত আলট্রা বাছ আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ…

0 58
  • দুধনৈৰ ডাবলীত পথ দুৰ্ঘটনা।
  • আলট্রা বাছ আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ।

  • খাৱৈত বাগৰি পৰে দুয়োখন বাহন।
  • দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।

বৰ্তমানেও বাহনৰ ভিতৰত আবদ্ধ পিকআপ ভানখনৰ চালকজন।

১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই ঘটনা।

ঘটনাস্থলীত উপস্থিত আৰক্ষী।

Leave A Reply