ব্ৰহ্মপুত্ৰৰ সিপাৰৰ চৰাঞ্চলত উচ্ছেদিত পৰিয়ালৰ কাষত মৰিগাঁও জিলা আমছু…

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত কিছু দিন পূৰ্বে অসম চৰকাৰৰ নিৰ্দেশত হামুৰ চৰ, দক্ষিনপাট চৰত হোৱা উচ্ছেদস্থলিত শুক্ৰবাৰে মৰিগাঁও জিলা আমছু সমিতিৰ সভাপতি আশ্বাদুল ইছলামৰ নেতৃত্বত এটি সজাতি দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Related Articles