June 11, 2023 অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ; এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ Share FacebookTwitterWhatsAppTelegramKooEmail অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ৷ ‘শ্ৰীৰঘুপতি’য়ে গঢ়িলে অভিলেখ৷ এদিনত ৬৫+ লাখ টকা সংগ্ৰহ ‘শ্ৰীৰঘুপতি’ৰ৷ ছবিখনৰ শনিবাৰৰ সংগ্ৰহ ৬৫+ লাখ টকা৷ ছবিখনে মুক্তিৰে পৰা এই ৬টা দিনত উপাৰ্জন কৰিছে ২ কোটি ৫০ লাখ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৩৫ৰ পৰা ৪০ বছৰৰ পিছত বন্ধুৰ সৈতে সম্পৰ্ক দূৰ হয়, ইয়াৰ কাৰণ কি জানেনে ? দৈনন্দিন বাৰ্তা - June 20, 2026 ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026