ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন…

ধিঙত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন। অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ধিং বাসী ৰাইজৰ সহযোগত ধিং স্হিত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি মূৰ্ত্তিৰ সন্মুখত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন, ৰাভাৰ প্ৰতিমূৰ্তত বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছতে নগাঁও জিলা সভাপতি প্ৰাগজ্যোতী বণিয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

Related Articles