ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন আন্তৰ্জাতিক যোগ দিৱস…

ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। ধিং মহাবিদ্যালয়ৰ আৰু ধিং আৰোগ্য যোগকেন্দ্ৰৰ ,ধিং প্ৰেছ ক্লাব ,ধিং পৌৰসভা, ধিং আৰক্ষী, ধিং ৰাজহ চক্র , ধিং মহাবিদ্যালয়ৰ এন এচ এচ ,এন চি চি আদি ৯ টা অনুষ্ঠানৰ যৌথ উদ্যোগত ধিঙত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস।

ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা অনুস্থানটিত বৰ্ষাবিঘ্নিত বতৰকো নেওচি ডেৰ শতাধিক চৰকাৰী বে-চৰকাৰী কমচাৰী,ছাত্র-ছাত্রী অভিভাৱক সকলে অংশ গ্ৰহন কৰে। অনুস্থানটিত উপস্থিত থকা সকলোকে একোটিকৈ গছ পুলি প্ৰদান কৰে।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

Related Articles