Breaking

আৰম্ভ হ’ল অম্বুবাচী মেলা ! নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ অম্বুবাচীৰ প্রবৃত্তি…

0 154

 আৰম্ভ হ’ল অম্বুবাচী মেলা। নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ।

২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। 

আৰক্ষী প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষই সকলোকে অম্বুবাচী মেলা সুকলমে পাৰ কৰাই নিয়াৰ বাবে সহযোগিতা বিচাৰিছে।

Leave A Reply