আজি আবেলি দুই বজাৰ পৰা মৰিগাঁও জিলা সদৰস্থিত মৰিগাঁও মজলিয়া বিদ্যালয়ত মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আগন্তুক ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ সন্দৰ্ভত জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ এখন কাৰ্য নিৰ্বাহক সভা অনুস্থিত হয়।

জিলা সভাপতি দিব্যজ্যোতি কৌশিকৰ সভাপতিত্বত আৰু মহাসচিব নাৰায়ণ নাথে আত ধৰা সভা খনত প্ৰায় শতাধিক কাৰ্য কৰ্তাই অংশ গ্ৰহণ কৰে।এই সভাত উপস্হিত থাকে ৰাজ্যিক মহা সচিব অণিৰ্বান গোস্বামী, জিলা বৌদ্ধিক প্ৰমুখ লেলিন ডেকা, সংৰক্ষক শৰৎ চন্দ্ৰ ডেকাসহ প্ৰায় শতাধিক লোক।

