July 8, 2023 হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ… Share FacebookTwitterWhatsAppTelegramKooEmail হাৰিয়ানাৰ জিন্দত বাছ-ক্ৰুইজাৰৰ ভয়ংকৰ সংঘৰ্ষ। দুৰ্ঘটনাত ৮জনৰ মৃত্যু, আহত হৈছে ১২জন যাত্ৰী। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। জিন্দৰ বিবিপুৰ গাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026