ভাৰত-ভূটান সীমান্তৰ দৰংগামেলাত এছ এছ বি আৰু আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান৷
দৰংগামেলাৰ এন কে ৰোডত AS 06 B 4673 নম্বৰৰ এখন অবৈধ সুৰা কঢ়িওৱা বাহন ভূটানত তৈয়াৰী সুৰা সহ জব্দ৷
জব্দকৃত সুৰাৰ বজাৰ মূল্য প্ৰায় ১০ হেজাৰ টকা৷
অভিযানত ৰতন বৰ্মন নামৰ এজনক আটক ৷

তামুলপুৰত আজি কিছুদিন ধৰি অবৈধ সুৰাৰ বিৰুদ্ধে চলি আছে অভিযান ৷
-প্ৰসাদ দাস, তামুলপুৰ

