উৰাবাতৰিৰ মাজতে সাত সাগৰ ১৩ নদী সিপাৰলৈ যাত্ৰা আদিত্য-অনন্যাৰ…

উৰাবাতৰিৰ মাজতে সাত সাগৰ ১৩ নদী সিপাৰলৈ যাত্ৰা আদিত্য-অনন্যাৰ। বলিউদৰ জনপ্ৰিয় অভিনেতা আদিত্য কাপুৰ আৰু বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাপুৰৰ প্ৰেমৰ সম্পৰ্কক লৈ উৰা বাতৰি ওলোৱাৰ মাজতে এই খবৰ যে বাস্তৱলৈ পৰিণত হৈছে। বৰ্তমান দুয়োজন তাৰকাই সাত সাগৰ তেৰ নদী সিপাৰলৈ ফুৰিবলৈ গৈছে। দুয়োজন তাৰকা দম্পতীয়ে স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হোৱা এক সংগীত কনচাৰ্টত অংশগ্ৰহণ কৰা দেখা গৈছিল। তেওঁলোকে ইনষ্টাগ্ৰামত একেলগে কোনো ফটো শ্বেয়াৰ কৰা নাই নাইবা তেওঁলোকৰ সম্পৰ্ককলৈ আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই। এনে সময়তে পৰ্তুগালৰ লিছবনৰ এখন ৰেষ্টুৰেণ্টৰ পৰা অনন্যা আৰু আদিত্যৰ আন এখন ছবি পোহৰলৈ আহিছে। ফটো খন চাওক…

অনন্যা পাণ্ডেক পৰৱৰ্তী সময়ত আয়ুষ্মান খুৰানাৰ সৈতে ড্ৰিম গাৰ্ল ২ত দেখা যাব।

Related Articles