প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ৰাইজৰ গোলাঘাটত উত্তাল প্ৰতিবাদ।
ঘাটক নাজিবুৰ ৰহমান বৰাক ফাঁচিৰ দাবী গোলাঘাটৰ হাজাৰ হাজাৰ ৰাইজৰ।

গোলাঘাটৰ ত্ৰিপুল মাৰ্ডাৰ কাণ্ডক লৈ উত্তাল গোলাঘাট।

সচেতন নাগৰিক সমাজ ,গোলাঘাটৰ উদ্যোগত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিল প্ৰতিকুল বতৰকো নেওচি নাজিবুৰ ৰহমান বৰাক ফাঁচি দিয়াৰ দাবীত। কঁপাই তুলিল গোলাঘাট নগৰ। সকলোয়ে ফাঁচীৰ দাবী জনাইছে ঘাটক নাজিবুৰ ৰহমান বৰাক৷

