August 9, 2023 পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া… Share FacebookTwitterWhatsAppTelegramKooEmail আজি পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া। পুৱা ১০ বজাত STFৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে চলাব জেৰা। চৌৰাছিয়াৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক টকাৰ কৰফাঁকিৰ অভিযোগ। Author: দৈনন্দিন বাৰ্তা Related Articles মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ… দৈনন্দিন বাৰ্তা - May 1, 2026 শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ দৈনন্দিন বাৰ্তা - April 28, 2026