August 16, 2023 চন্দ্ৰৰ কক্ষপথত অৱস্থান চন্দ্ৰযান-৩ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail চন্দ্ৰৰ কক্ষপথত অৱস্থান চন্দ্ৰযান-৩ৰ। ১৫৩ কিঃমিঃ x ১৬৩ কিঃমিঃ কক্ষপথত অৱস্থান কৰিছে মহাকাশযানখনে। ১৭ আগষ্ট অৰ্থাৎ কাইলৈ ইছৰ’ই লেণ্ডাৰৰ পৰা পৃথক কৰিব চন্দ্ৰযান-৩ৰ প্ৰপালচন মডিউল। Author: দৈনন্দিন বাৰ্তা Related Articles নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026 Nagaon by-election: নগাঁও উপ-নিৰ্বাচন: সংখ্যালঘু ভোটৰ বিভাজন ৰুধিবলৈ AIUDF আৰু TMCৰ কাষ চাপিছে কংগ্ৰেছ দৈনন্দিন বাৰ্তা - August 10, 2026 চীনক ভাৰতৰ উচিত প্ৰত্যুত্তৰ: ভাৰতৰ চৰকাৰী মানচিত্ৰত অৰুণাচলৰ ২৭টা স্থানৰ আনুষ্ঠানিক নামকৰণ দৈনন্দিন বাৰ্তা - August 8, 2026