August 24, 2023 নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত… Share FacebookTwitterWhatsAppTelegramKooEmail নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত। নিহতসকলৰ ৬গৰাকী লোক ভাৰতীয় নাগৰিক। গুৰুতৰভাৱে আহত ১৯গৰাকী যাত্ৰী। বাৰা জিলাৰ ছুৰীয়ামাই মন্দিৰৰ সমীপত এই দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026 Nagaon by-election: নগাঁও উপ-নিৰ্বাচন: সংখ্যালঘু ভোটৰ বিভাজন ৰুধিবলৈ AIUDF আৰু TMCৰ কাষ চাপিছে কংগ্ৰেছ দৈনন্দিন বাৰ্তা - August 10, 2026 চীনক ভাৰতৰ উচিত প্ৰত্যুত্তৰ: ভাৰতৰ চৰকাৰী মানচিত্ৰত অৰুণাচলৰ ২৭টা স্থানৰ আনুষ্ঠানিক নামকৰণ দৈনন্দিন বাৰ্তা - August 8, 2026