August 26, 2023 মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা। ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - June 17, 2026 লখিমপুৰৰ কণানদীত লজ্জাজনক কাণ্ড: স্বামীৰ সন্মুখতে মহিলাক অপদস্থ আৰু আক্ৰমণৰ অভিযোগ ।Lakhimpur দৈনন্দিন বাৰ্তা - June 16, 2026 অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, অধ্যাপকৰ বিৰুদ্ধে যৌ/ন নিৰ্যাতনৰ অভিযোগ; ব্যৱস্থাৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ । Assam Don Bosco University দৈনন্দিন বাৰ্তা - June 16, 2026