August 30, 2023 গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ। লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026