August 30, 2023 নতুন দিল্লীত জাৰি ১৪৪ ধাৰা ! ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা… Share FacebookTwitterWhatsAppTelegramKooEmail নতুন দিল্লীত জাৰি ১৪৪ ধাৰা। ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা। ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ। G20 বৈঠকৰ বাবে জাৰি কৰা হ’ল এই নিৰ্দেশনা। দুদিনৰ বাবে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025