September 1, 2023 কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ… Share FacebookXWhatsAppTelegramKooEmail কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ। ১০০ টা চাবোনৰ বাকচত ৰখা হৈছিল হেৰ’ইনখিনি। হেৰ’ইনসহ আটক এগৰাকী মহিলা সৰবৰাহকাৰীক। মহিলাগৰাকীৰ বাসগৃহৰ পৰা জব্দ ১.৩ কেজি হেৰ’ইন। Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026