September 2, 2023 নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা মনোৱাৰ হুছেইন নামৰ আচামীৰ পলায়ন… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ বিশেষ কাৰাগাৰৰ আচামীৰ পলায়ন। চিকিৎসালয়লৈ নিয়াৰ পথৰ পৰাই পলায়ন মনোৱাৰ হুছেইন নামৰ আচামীটোৰ। POCSO আইনৰ অধীনত ২০ আগষ্টত হৈছিল গ্ৰেপ্তাৰ মনোৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026