September 4, 2023 জুৰীয়াৰ বলীকটিয়াচাঞ্চল্যকৰ ডকাইতি ! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা… Share FacebookTwitterWhatsAppTelegramKooEmail জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা। পথ আগচি ধৰি জেংগুনীৰ ব্যৱসায়ী সূৰুয আলীক আক্ৰমণ। বাহনৰ আইনা ভাঙি চালক সূৰুয আলীক মাৰপিট। ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ দাখিল সূৰুয আলীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026