September 5, 2023 পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026