September 6, 2023 সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত অঘটন। তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক। থিতাতে নিহত নাহৰকটীয়াৰ মৃদু সোণোৱাল। ঠিকাদাৰৰ অধীনত ৰে’লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল লোকজন Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026