September 6, 2023 যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড। প্লাষ্টিক আৰু কাৰ্টুনৰ ডেম্পত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026