September 6, 2023 আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ। বৰাকৰ ভাষাক স্বীকৃতি নিদিয়াৰ অভিযোগেৰে পুনৰ বিস্ফোৰণ প্ৰদীপ দত্তৰয়ৰ। অসমত ১কোটি ২০লাখ বাঙালী থকাৰ পাছতো বাঙালী ভাষাক স্বীকৃতি নিদি বৰাকক বঞ্চনা কৰাৰ অভিযোগ প্ৰদীপ দত্তৰয়ৰ। Author: দৈনন্দিন বাৰ্তা Related Articles মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ । NARENDRA MODI দৈনন্দিন বাৰ্তা - July 25, 2025 PM Narendra Modi: ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনন্দিন বাৰ্তা - July 25, 2025 Himanta Biswa Sarma: USTMৰ আচাৰ্য মহবুবুল হকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া দৈনন্দিন বাৰ্তা - July 24, 2025