সৰভোগৰ ৰাজপথত কংগ্ৰেছৰ ভাৰত যোৰো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান…

সৰভোগৰ ৰাজপথত কংগ্ৰেছৰ ভাৰত যোৰো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান। বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সৰভোগৰ ৰাজপথত কংগ্ৰেছে এক শোভাযাত্ৰা আয়োজন কৰি অনুস্থিত কৰে ভাৰত জোৰো যাত্ৰাৰ বৰ্ষপুৰ্তি। শোভাযাত্ৰাৰ অন্তত সৰভোগ গান্ধী ভৱন প্ৰাংগনত এক সভা অনুষ্ঠিত কৰা হয় । বৃহস্পতিবাৰৰ এই সভাত উপস্থিত থাকে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নাচিৰ খান , লগতে উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক , আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দসকল।

লগতে আজিৰ এই সভাত যোগদান কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জনৰ তালুকদাৰে। আজিৰ এই সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে উল্লেখ কৰে যে এই চৰকাৰ মিচলীয়াৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মিচলিয়া , আৰু অসমত থকা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাও এজন মিচলয়া।

Related Articles