বিজনীৰ পাণবাৰীত বন্যজন্তুৰ অংগ, পিষ্টলসহ এজনক গ্ৰেপ্তাৰ।

বন বিভাগৰ অভিযানত ছফিউৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ। ছফিউৰ ৰহমানৰ ঘৰৰ পৰা জব্দ গঁড়ৰ খৰ্গ, হৰিণাৰ সিং।

পাণবাৰীৰ বগিদ্বাৰাৰ বাসিন্দা ছফিউৰ ৰহমান। বনকৰ্মী-CRPFয়ে ছফিউৰ ৰহমানৰ ঘৰত চলাইছিল অভিযানত।