September 26, 2023 চতুৰ্থটো ৰূপৰ পদক অৰ্জন ভাৰতৰ… Share FacebookTwitterWhatsAppTelegramKooEmail এছিয়ান গেমছৰ তৃতীয় দিনা ভাৰতে অৰ্জন কৰে চতুৰ্থটো ৰূপৰ পদক। ছেইলিঙত নেহা ঠাকুৰীয়াই আঁজুৰিলে ৰূপৰ পদক। ২৭ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে নেহা ঠাকুৰে। বৰ্তমানলৈ ভাৰতে ২টা স্বৰ্ণ, ৪টা ৰূপ, ৬টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত ধানী মহন্তৰ ৰূপৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - August 8, 2026 নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক লাভ প্ৰয়াসী ভূঞাৰ দৈনন্দিন বাৰ্তা - August 3, 2026