September 28, 2023 নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক। ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা। খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026