September 29, 2023 আঘাতৰ বাবে বিশ্বকাপ দলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল… Share FacebookTwitterWhatsAppTelegramKooEmail আঘাতৰ বাবে বিশ্বকাপ দলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল। অক্ষৰ পেটেলৰ সলনি দলত স্থান লাভ অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনৰ। ইতিমধ্যে টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীত উপস্থিত হৈছে অশ্বিন। Author: দৈনন্দিন বাৰ্তা Related Articles ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ ছিজন-১ঃ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন, ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ ৰণ দৈনন্দিন বাৰ্তা - September 28, 2026 এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ দৈনন্দিন বাৰ্তা - September 26, 2026 এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে দৈনন্দিন বাৰ্তা - September 22, 2026