October 2, 2023 গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাহনৰ। গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮জনকৈ লোক। আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair দৈনন্দিন বাৰ্তা - December 6, 2025 ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025