October 2, 2023 দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা। ৰাজপথত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক। দুৰ্ঘটনাত প্ৰায় ১০ গৰাকী কিউবাৰ প্ৰব্ৰজনকাৰী নিহত, গুৰুতৰভাৱে আহত ২৫গৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026