October 5, 2023 ছিকিমত ২২ জন সেনাৰ জোৱানসহ ১২০ গৰাকী লোক সন্ধানহীন… Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ছিকিমত। বৰ্তমানলৈকে মৃত্যু ১৪জন লোকৰ। ২২ জন সেনাৰ জোৱানসহ সন্ধানহীন ১২০ গৰাকী লোক। ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক’ৰ্পৰ সেনাই চলাইছে উদ্ধাৰ অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক দৈনন্দিন বাৰ্তা - August 16, 2026 ‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি দৈনন্দিন বাৰ্তা - August 15, 2026