বৰপেটাৰোডত ভয়ংকৰ দুৰ্ঘটনা। আহত ট্ৰাক চালক…

বৰপেটাৰোডত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।

বৰপেটাৰোডৰ কলহভাঙ্গাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা।।

দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত ট্ৰাক চালক।

আহত ট্ৰাক চালকক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

বৰপেটাৰোডৰ কলহভাঙ্গাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।


উত্তৰ প্ৰদেশৰ পৰা ১৪ চকীয়া মালভৰ্তি ট্ৰাক এখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আনএখন মালভৰ্তি ট্ৰাকত পিছফালত প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।


দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক খনৰ নম্বৰ হৈছে UP 30 AT 7777।


দুৰ্ঘটনা ফলত উত্তৰ প্ৰদেশৰ ট্ৰাক খনৰ চলক জন গুৰুত্বৰ ভাবে আহত হৈছে বুলি জানিব পৰা গৈছে।


ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত চালকক উদ্ধাৰ কৰি বৰপেটাৰোড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles