October 7, 2023 শিলচৰৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৪৩ হাজাৰ য়াবা টেবলেট… Share FacebookTwitterWhatsAppTelegramKooEmail শিলচৰৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ দুটাকৈ স্থানত পৃথকে পৃথকে অভিযান চলাই জব্দ ৪৩ হাজাৰ য়াবা টেবলেট৷ আৰক্ষীয়ে আটক কৰে ৫ ড্ৰাগছ সৰবৰাহকাৰীক৷ কাটিগড়া কালাইনৰ মাছুকউদ্দিন নামৰ লোকজনৰ ঘৰত অভিযান৷ Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026