October 9, 2023 কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী… Share FacebookTwitterWhatsAppTelegramKooEmail কাজিৰঙাত অঘটন৷ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী৷ বাগৰি বনাঞ্চলৰ ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাত সংঘটিত হয় এই ঘটনা৷ আহত বনকৰ্মী জনৰ নাম নাৰায়ন দাস ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026