October 12, 2023 বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰ দুগৰাকীৰ মৃত্যু। দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ। ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু। মাতৃ-কন্যাৰ ঘৰ তিনিচুকীয়াত। ইতিমধ্যে পৰিয়ালক চমজাই দিয়া হৈছে মৃতদেহ। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026