October 15, 2023 নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক। ধৃত যুৱকজন বৰ্ণিবাৰীৰ জয়ন্ত দাস। আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰিছিল যুৱকজনে। বাইক জব্দ কৰাক লৈ যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026