October 17, 2023 ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট… Share FacebookTwitterWhatsAppTelegramKooEmail ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট৷ টেবলেট সৰবৰাহকাৰী ৩জন যুৱকক গ্ৰেপ্তাৰ৷ ‘মণিপুৰী ৰাইচ’ হোটেলৰ পৰা গ্ৰেপ্তাৰ যুৱক ৩জনক৷ হবিবুৰ ৰহমান, আলিমুদ্দিন, ইদ্ৰিছ আলীক আটক৷ Author: দৈনন্দিন বাৰ্তা Related Articles ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন । স্মৃতিগ্ৰন্থ-“বীৰাঙ্গনা” উন্মোচন দৈনন্দিন বাৰ্তা - April 21, 2026 ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা দৈনন্দিন বাৰ্তা - April 21, 2026 ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আনন্দ উৎসৱ উদযাপন দৈনন্দিন বাৰ্তা - April 21, 2026