October 19, 2023 ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান… Share FacebookTwitterWhatsAppTelegramKooEmail ধুবুৰীৰ বংশীৰ চৰত বি এছ এফ ৰ অভিযান। অভিযানত জব্দ ২১ টা গৰু। বাংলাদেশ লৈ প্ৰাচাৰৰ বাবে অনা হৈছিল গৰু কেইটা। পুৱা ৬ বজাত বি এছ অফৰ অভিযান চলিল চৰ অঞ্চলটোত। উল্লেখ্য যে ধুবুৰীৰ বিভিন্ন চোৰাং পথেৰে আজিও বাংলাদেশ লৈ অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। Author: দৈনন্দিন বাৰ্তা Related Articles অশান্ত পশ্চিম কাৰ্বি আংলং: ৰেপিড এক্সন ফ’ৰ্চ মোতায়েন, হোজাই–কাৰ্বি আংলং সীমান্তত ব্যাপক প্ৰতিবাদ দৈনন্দিন বাৰ্তা - December 24, 2025 Hajo Kobi Sanmilon: সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত তীৰ্থ নগৰী হাজোত ‘হাজো কবি সন্মিলন’ গঠন দৈনন্দিন বাৰ্তা - December 24, 2025 Majuli News: উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন দৈনন্দিন বাৰ্তা - December 24, 2025