এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ।
চামগুৰিৰ ফুড ক্ৰাফ্ট ইন্ষ্টিটিউটৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জলেন বৈশ্যক হাতে-লোটে গ্ৰেপ্তাৰ।
ব্যৱসায়ীৰ পৰা ২০০০ টকা লওঁতেই ধৰিলে দুৰ্নীতি নিবাৰকে।
চামগুৰি তিনিআলিত জলেন বৈশ্যই ব্যৱসায়ীৰ পৰা লৈছিল ধন।
প্ৰতিষ্ঠানখনত সামগ্ৰী যোগান ধৰাৰ বিনিময়ত লৈছিল উৎকোচ।

