October 21, 2023 চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। পথত ৰখাই থোৱা টেংকাৰত খুন্দা বাইকৰ। নিহত যুৱকদ্বয় কনিষ্ঠ ৰায়, কপিল ৰায়। সম্পৰ্কত কনিষ্ঠ ৰায় আৰু কপিল ৰায় মামা-ভাগিন। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026