October 21, 2023 বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ! তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক… Share FacebookTwitterWhatsAppTelegramKooEmail বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক। থিতাতে নিহত মাহতলিৰ হৃদয় দাস নামৰ লোকজন। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল হৃদয় দাস। পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা। All reactions: Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026