October 23, 2023 এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ… Share FacebookTwitterWhatsAppTelegramKooEmail এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ৷ হাছিম আমলাৰ ৰেকৰ্ড ভংগ কৰি অভিলেখ গিলৰ ৷ দ্ৰুততম ২ হাজাৰ ৰান সংগ্ৰহ কৰা বেটাৰ শুভমন গিল ৷ ৩৮টা ইনিংছত ২ হাজাৰ ৰান সংগ্ৰহ শুভমন গিলৰ৷ হাছিম আমলাই ৪০টা ইনিংছত সংগ্ৰহ কৰিছিল ২ হাজাৰ ৰান৷ Author: দৈনন্দিন বাৰ্তা Related Articles নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026 কোটি কোটি অনুৰাগীৰ হৃদয় ভাঙি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা বিশ্ব ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছিৰ দৈনন্দিন বাৰ্তা - September 1, 2026