October 24, 2023 এইবাৰ মহানগৰীৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীত পুনৰ ফুটিল জাইকাৰ পানীৰ পাইপ৷ এইবাৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল। সমগ্ৰ অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশ Author: দৈনন্দিন বাৰ্তা Related Articles তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে দৈনন্দিন বাৰ্তা - December 26, 2025 Nalbari News: বৰদিন উদযাপনত হস্তক্ষেপ: নলবাৰীত হিংসা, ৪ জনক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - December 26, 2025 BJP: আজিৰে পৰা ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠক দৈনন্দিন বাৰ্তা - December 26, 2025