October 25, 2023 পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ছাগলী চোৰৰ সন্দেহত ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ… Share FacebookTwitterWhatsAppTelegramKooEmail শিৱসাগৰৰ নামতিয়ালত মৰেল পুলিচিঙৰ ঘটনা। ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ। যুৱকত্ৰয়ক ছাগলী চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - June 17, 2026 অম্বুবাচীলৈ মাজত মাত্র ৪ দিনঃ আহি গ’ল SOP দৈনন্দিন বাৰ্তা - June 17, 2026 অম্বুবাচীলৈ ৫ দিন বাকীঃ ২২ জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা দৈনন্দিন বাৰ্তা - June 17, 2026