November 1, 2023 চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ২৪৯ গ্ৰাম হেৰ’ইন… Share FacebookTwitterWhatsAppTelegramKooEmail চিলাপথাৰৰ ছ’চাইটি গাঁৱত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। ২৪৯ গ্ৰাম হেৰ’ইন, নগদ ১ লাখ ৭ হাজাৰ টকা জব্দ। ১৮ টা চাবোনৰ বাকচত ঘৰত লুকুৱাই ৰখা অৱস্থাত জব্দ হেৰ’ইনখিনি। অভিযানত সৰবৰাহকাৰী পংকজ পাইতক আটক। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026