November 2, 2023 কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ… Share FacebookTwitterWhatsAppTelegramKooEmail কচুৱাৰ জুৰিৰপাৰত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ। পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড হাতীয়ে জুৰিৰপাৰৰ কেইবাখনো ঠাইত মুক্ত বিচৰণ কৰে। হাতিটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বুজি জানিব পৰা গৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক দৈনন্দিন বাৰ্তা - June 27, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026 অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ডাঙৰ সুখবৰ, Farmer Registry প’ৰ্টেলত অন্তৰ্ভুক্ত হ’ল চাহ আৰু প্লাণ্টেচন শ্ৰেণীৰ ভূমি দৈনন্দিন বাৰ্তা - June 27, 2026