অসমবাসীৰ বাবে গৌৰৱৰ খবৰ ! মোম্বাইত ধৃতিমান কাকতিয়ে কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন মূখ্য ধাৰাৰ হিন্দী ছবিত সহকাৰী সম্পাদক হিচাপে যোগদান…

💐💐অসমবাসীৰ বাবে গৌৰৱৰ খবৰ।💐💐 মোম্বাইত অসম সন্তান ধৃতিমান কাকতিয়ে আজি প্ৰযোজক কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ ( Dharma Productions ) এখন মূখ্য ধাৰাৰ (Main stream) হিন্দী ছবিত Assistant Editor হিচাপে যোগদান কৰিছে।

ছবিখনৰ মূখ্য অভিনেত্ৰী আলিয়া ভাট( Alia Bhatt), পৰিচালক ৱচন বালা ( Vasan Bala) ৷

এসময়ত নিজাকৈ এখন চলচিত্ৰ নিৰ্মাণৰ লক্ষ্যও আছে৷

আন্তৰিকতাৰে অভিনন্দন জনালোঁ। ধৃতিমান কাকতি গ্ৰন্থ প্ৰেমী তথা লেখক অলকানন্দ কাকতি আৰু লেখিকা ডঃ গায়ত্ৰী বৰা কাকতি বাইদেউৰ সুযোগ্য সন্তান।

Related Articles