জয় যাত্ৰা অব্যাহত অসমৰ; কেৰেলাক ৬ উইকেটত পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে চৈয়দ মোস্তাক আলী ট্ৰফীৰ ছেমি ফাইনেলত অসম দল
চৈয়দ মুস্তাক আলী টুৰ্নামেণ্টৰ ছেমি ফাইনেলত অসম।
কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত পৰাস্ত কৰে অসমে।
প্ৰথমে বেটিং কৰি কেৰালাই সংগ্ৰহ কৰিছিল ১৫৮ ৰান।
অসমে ১৭ অভাৰত ৪ উইকেট হেৰুৱাই উপনীত হয় লক্ষ্যত।
অসমৰ হৈ সুমিত ঘড়ীগাৱকাৰে কৰে সৰ্বাধিক ৭৫ ৰান।
আকাশ সেনগুপ্তাই ২৯ ৰানত দখল কৰে ৩টা উইকেট।